স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

নমস্কাৰ



মোৰ নাম মৃদুল কুমাৰ শৰ্মা৷ ঘৰ ৰঙিয়াত৷ মই এজন তেনেই সাধাৰণ, সহজ-সৰল ল’ৰা৷ মই সকলোৰে লগত মিলিজুলি চলিবলৈ ভাল পাওঁ৷

 

চমুকৈ মোৰ বিষয়ে-

  • শিক্ষা
  • ★হাইস্কুলীয়া শিক্ষা ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা

    ★স্নাতক শিক্ষা B.Sc(Agri) অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ পৰা৷ বিশেষ বিষয়- Plant Breeding and Genetics

    ★স্নাতকোত্তৰ শিক্ষা MBA তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা৷ বিশেষ বিষয়- Marketing and Human Resource Management

    ★Insurance Institute of India(III) ৰ পৰা ”সাধাৰণ বীমা”ত Licentiate

    ★IIM, Indore ৰ পৰা MDP প্ৰশিক্ষণ

  • কৰ্ম জীৱন
  • ★SBI Life Insurance Co Ltd (২০০৮-২০১৫)

    ★ICICI Lombard General Insurance Co Ltd (২০০৫-২০০৮)

    ★Bajaj Allianz Life Insurance Co Ltd (২০০৪-২০০৫)

    ★Integrated Systems and Services (২০০৩-২০০৪)

  • জীৱন দৰ্শন
  • ★ৰাজনৈতিক- কোনো বিশেষ দল তথা মতবাদত আকৃষ্ট নহওঁ৷ ভাল কাম কৰিলে দল মত নিৰ্বিশেষে সমৰ্থন কৰিম৷

    ★সামাজিক- মই বিশ্বাস কৰো যে প্ৰতিগৰাকী ব্যক্তিৰে ক্ষুদ্ৰ পৰ্য্যায়ত হ’লেও সমাজৰ হিতৰ বাবে কিবা এটা কৰিবৰ সামৰ্থ্য থাকে৷ অইন একো নোৱাৰিলে জন্মদিনত গছপুলি এটা ৰুলেও সমাজৰ প্ৰতি অৱদান আগবঢ়োৱা হ’ব৷

    ★অৰ্থনৈতিক- Capito-Philanthropy
    জনকল্যাণমুখী উদাৰ পুঁজিবাদে ভাৰতত আৰ্থ-সামাজিক ভাৰসাম্য আনিব বুলি বিশ্বাস কৰো৷

  • মোৰ প্ৰিয়
  • ★কিতাপ- ৰামায়ণ, মহাভাৰত, ওডিছী, দস্যু ভাস্কৰ, The Godfather, Doomsday Conspiracy

    ★বোলছবি- শ্বোলে, The Godfather(I,II,II), Faceoff, Midnight Run

    ★গায়ক- ভূপেনদা, দ্বীপেনদা, কিশোৰ কুমাৰ, মাইকেল জেকছন

    ★অভিনেতা- অমিতাভ বচ্চন, Al Pacino, Robert de Niro, John Travolta