নমস্কাৰ
মোৰ ব্লগলৈ আপোনাক স্বাগতম জনাইছো৷
মোৰ এই ব্লগত আপুনি পাব-
- অসমীয়া ইউনিক’ডত চেগা-চোৰোকাকৈ লিখা মোৰ কিছুমান লেখা
- ইউনিক’ডত অসমীয়া লিখিবলৈ সহায়
- ’লাচিত’ নামৰ কী-ব’ৰ্ড আৰু চেনিটাইজাৰৰ বিনামূলীয়া ডাউনল’ড
- ম’বাইল বা হেণ্ডহেল্ড ডিভাইচত পঢ়িবৰ বাবে কিছুমান অসমীয়া ই-বুক
লাচিতৰ বিষয়ে
লাচিত এক অসমীয়া ইউনিক’ডেৰে লিখিবপৰা বিজ্ঞানসন্মত
কী-ব’ৰ্ড৷ ইয়াক বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব:
Apple কম্পিউটাৰ আইমেক বা মেকবুকত
Windows কম্পিউটাৰ বা লেপটপত
Apple iPhone আৰু iPad ৰ বাবে Lachit Assamese App
Store ৰ পৰা ডাউনল’ড কৰিব পাৰিব
Android Mobile আৰু Tablet ৰ বাবে Google Play
Store পৰা ডাউনল’ড কৰি ল’ব পাৰিব