স্বস্তিকা-
কোনো ভাল কামৰ আৰম্ভণি
মৃদুল কুমাৰ শৰ্মাৰ ব্লগ
মোৰ বিষয়ে
মোৰ অনুভৱ
অসমীয়াত লিখো আহক
অসমীয়া ই-কিতাপ
ঊনসত্তৰ the 69
ভিন্নস্বাদ
পথ সুৰক্ষা কিটিপ
আচলতে দেৰি হোৱা নাছিল
আপুনি ভাবি আছিল যে
তেওঁ আপোনাৰ দুৱাৰত টুকুৰিয়াব৷
ইফালে-
তেওঁ ভাবিছিল মনতে
মোৰ দেখোন দুৱাৰ খোলাই আছে
টোকৰৰ কি প্ৰয়োজন?
আপুনি ঘড়ীটোলৈ চালে
আৰু সময়বোৰ মৃত হৈ পৰিল৷
১৯.১০.১৬
মতামতসমূহঃ
Please enable JavaScript to view the
comments powered by Disqus.
comments powered by
Disqus
কেইটামান অসমীয়া ছাইট
ডাউনলোড কৰক- কালপুৰুষ ফণ্ট
সাহিত্য ডট অৰ্গ
শব্দ ডট অৰ্গ
গণিতচ’ৰা
অসমীয়া ৱিকিপিডিয়া
অসমীয়া ৱিকিউৎস
যোগাযোগ
ফেচবুক গোট:
Write Assamese on Mac
ই-মেইল:
[email protected]