স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

সম্পূৰ্ণ বিনামূলীয়া ই-বুক

ৱিকিউৎস আৰু আন উৎসৰ পৰা সংগ্ৰহ কৰা পুথিসমূহ ৰাইজলৈ সহজে আৰু বিনামূলীয়াকৈ উপলব্ধ কৰাৰ উদ্দেশ্যৰে এই ই-বুক সমূহ সজা হৈছে৷ এই ই পুথি সমূহ ম’বাইল তথা অইন হেণ্ডহেল্ড ডিভাইচ/ টেবলেটত পঢ়িবলৈ সূচল৷ এবাৰ ডাউনল’ড কৰাৰ পিছত অফলাইন পঢ়িব পৰা হ’ব৷

এণ্ড্ৰইড মবাইলত ডাউনল’ড কৰাৰ পিছত যদি নিজে নিজে নোখোলে তেন্তে গুগুল প্লে’ ষ্ট’ৰৰ পৰা Lithium ePub Reader টো ডাউনল’ড কৰি ল’ব৷

 



মতামতসমূহঃ

comments powered by Disqus